
ফেচবুক, হোৱাটছ্এপ, টুইটাৰ, ইনচ্টাগ্ৰাম, লিংকদ্ইন, স্নেপচাট, টিক্টক আদি কেতিয়া আহি আমাৰ চ’ৰাঘৰত সোমালহি আৰু কোনখিনি সময়ত বুকুৰ আপোন হৈ গ’ল তলকিবই নোৱৰিলো। এইবোৰ এতিয়া আমাৰ দৈনিন্দিন জীৱনৰ নিত্য সহচৰ। এখোজো যেন আগবাঢ়িব নোৱাৰো, অক’মানো বেলেগ ভাৱিব নোৱাৰো এই ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰক বাদ দি। সঁচা কথা ছ’চিয়েল মিডিয়া এতিয়া আমাৰ প্ৰাত্যহিকতাৰ অংশ হৈ গৈছে। অবিশ্বাস্য যে […]
ছ’চিয়েল মিডিয়া এনজাইটি দিছ্অৰ্দাৰঃ Recent trends in mental disease — জীৱন জিজ্ঞাসা
Advertisements