কৰ’না আৰু এখন নতুন বিশ্ব যুদ্ধ — durlov

কৰ’না আৰু এখন নতুন বিশ্ব যুদ্ধ ************************************ সমগ্ৰ বিশ্বৰ চাৰিওফালে বৰ্তমান মৃত্যুভয় । বিশ্বৰ ইতিহাসৰ পাতত লিপিবদ্ধ হব কৰ’না, সভ্যতা,ৰঙা চীন আৰু এখন নতুন বিশ্বযুদ্ধৰ সৃষ্টি কথা। নাই কোনো উন্নত চিকিৎসা নাই কোনো ঔখধ ।কৰ’না মাথোঁ কৰ’না আন্ধাৰৰ মাজত এমুঠি পোহৰৰ নাই এতিয়ালৈকে কোনো ঠিকনা। বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টিকৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাই সম্প্ৰতি বিশ্ববাসীক ত্ৰস্তমান […]

কৰ’না আৰু এখন নতুন বিশ্ব যুদ্ধ — durlov
Advertisements

Leave a Reply