মই এখন নাওঁ সাজিছো — durlov

মই এখন নাওঁ সাজিছো ********************* নাওঁ সাজিছো নাওঁ খনৰ নাম ৰাখিছোঁ জীৱন… নাওঁ খন স্বৰজিছিল কোনো বাই লালিত পালিত কৰিছিল কোনোবাই কিন্তু জীৱন এটা লাভ কৰিছিল বিশ্ব জয় কৰাৰ… এতিয়া নদীৰ মাজত আপোন মনে নাওঁ খনে বিচৰণ কৰে… কেতিয়াবা যাত্ৰী সতে কথা পাতে বুকুত বেদনা বোৰ সামৰি তেওঁ নিজে নিজৰ মাজতে সুখ বিছাৰি উলিয়ায় আৰু […]

মই এখন নাওঁ সাজিছো — durlov
Advertisements

Leave a Reply