নাৰী তুমি মুক্ত নে মানৱ সমাজত? পাৰানে তুমি নীলিম আকাশত মুক্ত ভাবে তৰা গণিব? পাৰা নহয় দিনৰ দিগন্তত সূৰ্যৰ সোণালী কিৰণ অকলে উপভোগ কৰিব! প্ৰশ্ন হৈছে নিজতে, নাৰী মানৱ সমাজত মুক্ত কিমান? তুমিটো সাধাৰণ নাৰী নোহোৱা… তুমি দেৱী, তুমি বীণা বজাই থকা সৰস্বতী,তুমি কৃষ্ণৰ চৰণ চুই থকা লক্ষ্মীদেৱী আনকি পূৰ্ণিমাৰ জোনাকক অমাৱস্যা কৰি অসুৰৰ মুণ্ড […]
নাৰী তুমি মুক্ত নে মানৱ সমাজত… — dhonsiri hanchowra
Advertisements