অৰুন্ধতী (কবিতা) — durlov

অৰুন্ধতী (কাজল সনা চকুৰ চাৱনী) ******** অৰুন্ধতী, সেই যে কাজল সনা চকুৰ চাৱনী তোমাৰ সমাহিত নক্ষত্ৰৰ তিৰবিৰণি যেন লগা পূৰ্ণিমাৰ জোন… আজিও মনত পৰে তোমাৰ কপালত জিলিকি উঠা টিকটিকিয়া সুন্দৰ ক্ষণবোৰলৈ…! তোমাৰ বাৰু মনত পৰে নে…? অৰুন্ধতী অৰুন্ধতী, ৰাতিফুলা শেৱালী,হাস্নাহানা ফুলৰ সুৱাসত মন সৰি নিয়া উজাগৰি কটোৱা গভীৰ নিশাবোৰ… য’ত নেকি আকাশখন ফৰকাল হৈ পৰিছিল […]

অৰুন্ধতী (কবিতা) — durlov
Advertisements

Leave a Reply