উপভোগ কৰক পইচা দিব নালাগে… — dhonsiri hanchowra

আপুনি উপভোগ কৰক পইচা দিব নালাগে… আকাশৰ বিশালতাবোৰ উপভোগ কৰিবলৈ পইচা দিব নালাগে… পূৰ্ণিমাৰ জোনটো উপভোগ কৰিবলৈ পইচা দিব নালাগে… মুকলি আকাশৰ তলত পছোৱাৰ পৰশ ল’বলৈ পইচা দিব নালাগে… আপুনি ফুলৰ সুগন্ধ উপভোগ কৰিবলৈ পইচা দিব নালাগে… আপুনি সূৰ্যৰ সোণালী কিৰণ উপভোগ কৰিবলৈ পইচা দিব নালাগে… পৃথিৱীখনৰ প্ৰতিটো বস্তু উপভোগ কৰিবলৈ পইচা দিব নালাগে। পৃথিৱীখনত […]

উপভোগ কৰক পইচা দিব নালাগে… — dhonsiri hanchowra
Advertisements

Leave a Reply