Mindfulness Meditation.

Hi, good morning.
I am presenting the link of very good video for body and mind. Kindly enjoy the video in the morning in a calm and lonely place. Please use Headphone. You will feel very happy and be in a positive mind. Good bye..
আপুনালৈ এটা সুন্দৰ Videoৰ Link পঠাইছো । এটি সুন্দৰ ৰাতিপুৱা, আপুনি ভাল পোৱা, কোলাহলে স্পৰ্শ নকৰা ঠাই ডোখৰত বহি ধ্যানৰ এই ভিডিঅটো একান্ত মনে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰকচোন। আপোনাৰ ফোনৰ হেডফোন ব্যৱহাৰ কৰিব। মন অপাৰ আনন্দৰে উপচি পৰিব, আপুনি যোগাত্মক হব, আপুনি সদায় সুখত থাকিব। ধন্যবাদ।

Advertisements

2 thoughts on “Mindfulness Meditation.”

Leave a Reply