প্ৰকৃতি (কিছু প্ৰাসংগিক চিন্তা) — durlov

প্ৰকৃতি (কিছু প্ৰাসংগিক চিন্তা) ***************************** আমাৰ পৃথিৱীখনত বহুতো জীৱৰ সৃষ্টি হৈছে।সকলো জীৱৰ ভিতৰত মানুহ হ’ল জীৱ শ্ৰেষ্ঠ। মানুহৰ মন আছে চিন্তা কৰিব পৰা শক্তি আছে পঞ্চ ইন্দ্ৰিয়জ্ঞান আছে।মানুহে নিজ জ্ঞানৰ বলত বলীয়ান হৈ নিজৰ সুখ-সমৃদ্ধিৰ বিলাসৰ বাবে প্ৰকৃতি লুণ্ঠন কৰি আছে।মানুহে চিন্তা কৰি চোৱা নাই যে প্ৰকৃতিৰ সকলো জীৱ আৰু উদ্ভিদৰ সৈতে মানুহৰ সম্বন্ধ অতি […]

প্ৰকৃতি (কিছু প্ৰাসংগিক চিন্তা) — durlov
Advertisements

Leave a Reply