কলমটো আজি ভাগৰুৱা — dhonsiri hanchowra

কলমটো আজি ভাগৰুৱা… কলমটোৰো আছে এখন বিষাদৰ ৰম্য ভূমি…আজি কলমটো উচুপি উঠিছে..কব নোখোজে প্ৰকৃতিৰ সেউজীয়া কোমল ওঁঠৰ হাঁহিৰ কথা…কব নোখোজে প্ৰকৃতিৰ উতনুৱা যৌৱনৰ কথা… কেনেকৈ কব প্ৰকৃতি যে আজি সেউজীয়াৰ পৰা ৰঙালৈ বৰণ সলাব ধৰিছে, কেনেকৈ কব হাজাৰ জনতাৰ নিৰাপদহীনতাৰ ক্ষোভৰ কথা…চৌদশে আবৰি ধৰিছে অচিনাকী শব্দই …ক্ষোভ, হাহাকাৰ, আৰু কিমান কব সি বিষাদৰ বিহবোৰে বানৰ […]

কলমটো আজি ভাগৰুৱা — dhonsiri hanchowra
Advertisements

Leave a Reply