Posted on Leave a comment

মানসিক উদ্বেগ নিৰাময়ৰ দুটি সহজ ফলপ্ৰসূ ব্যায়াম — জীৱন জিজ্ঞাসা

১) Contact point exercise: পিঠিখন আউজি আৰামদায়ক ভাৱে মজিয়া বা চকী এখনত বহি লওক। চকু দুটি মুদি শৰীৰৰ সেই স্থানত মন আৱদ্ধ কৰক য’ত দেহৰ অংগ প্ৰতংগ চকী বা মজিয়াত স্পৰ্শ কৰি থাকে। অন্য চিন্তাই আক্ৰান্ত কৰিলেও পুনৰ সেই স্থানলৈ মনটো ঘূৰাই আনিব। এনেদৰে প্ৰায় ১৫ মিনিটৰ বাবে ব্যায়ামটো অব্যাহত ৰাখিব। ২) Ground & Release […]

মানসিক উদ্বেগ নিৰাময়ৰ দুটি সহজ ফলপ্ৰসূ ব্যায়াম — জীৱন জিজ্ঞাসা
Advertisements
Posted on Leave a comment

10 Quick Mudras for Mindfulness and Wellbeing — Enhanced Perspective

Mudras are symbolic hand gestures that facilitate the flow of energy in the subtle body and enhance one’s intentions, meditations, and overall wellbeing. They have been in use by Eastern cultures for thousands of years. Mudra translates to seal, gesture, or mark. This list of 10 quick mudras for mindfulness and wellbeing was compiled from Getrud […]

10 Quick Mudras for Mindfulness and Wellbeing — Enhanced Perspective
Posted on Leave a comment

Mindfulness and health — Learning from Dogs

Why is mindfulness beneficial for your health?

Mindfulness and health — Learning from Dogs

Posted on Leave a comment

ছ’চিয়েল মিডিয়া এনজাইটি দিছ্অৰ্দাৰঃ Recent trends in mental disease — জীৱন জিজ্ঞাসা

ফেচবুক, হোৱাটছ্এপ, টুইটাৰ, ইনচ্‌টাগ্ৰাম, লিংকদ্ইন, স্নেপচাট, টিক্‌টক আদি কেতিয়া আহি আমাৰ চ’ৰাঘৰত সোমালহি আৰু কোনখিনি সময়ত বুকুৰ আপোন হৈ গ’ল তলকিবই নোৱৰিলো। এইবোৰ এতিয়া আমাৰ দৈনিন্দিন জীৱনৰ নিত্য সহচৰ। এখোজো যেন আগবাঢ়িব নোৱাৰো, অক’মানো বেলেগ ভাৱিব নোৱাৰো এই ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰক বাদ দি। সঁ‌চা কথা ছ’চিয়েল মিডিয়া এতিয়া আমাৰ প্ৰাত্যহিকতাৰ অংশ হৈ গৈছে। অবিশ্বাস্য যে […]

ছ’চিয়েল মিডিয়া এনজাইটি দিছ্অৰ্দাৰঃ Recent trends in mental disease — জীৱন জিজ্ঞাসা
Posted on Leave a comment

নিৰৱতাৰ অমোঘ শক্তি — জীৱন জিজ্ঞাসা

বৰ্তমানৰ যুগটো কোলাহলৰ যুগ বুলি কলে ভুল কোৱা নহব। চাৰিওপিনৰ হুলস্থুলীয়া পৰিবেশৰ মাজত মনৰ শান্তি অকণ বিচাৰি হাবাথুৰি খাব লগীয়া এক পৰিস্থিতিৰ উদ্ভব হৈছে। গাড়ী, মটৰ ,মিউজিক চিষ্টেমে গিজগিজায় থকা মহানগৰীক এক জনঅৰণ্যৰ লগতহে তুলনা কৰিব পাৰি। এনে এক পৰিবেশে মাতি অনা বিপদ অন্য সকলোধৰণৰ বিপদকে চেৰাই যাব উপক্ৰম হৈছে। অকণমান নিৰৱতা, নিস্তব্ধতাৰ বাবে বাবে […]

নিৰৱতাৰ অমোঘ শক্তি — জীৱন জিজ্ঞাসা
Posted on Leave a comment

আহাৰৰ বিষয়ে কিছু লাগতিয়াল কথা — জীৱন জিজ্ঞাসা

আহাৰ, বিহাৰ আৰু ঔষধক সুখী আৰু স্বাস্থ্যৱান জীৱনৰ মূল স্তম্ভ বোলা হৈছে। এই তিনিবিধৰ প্ৰথমবিধ অৰ্থাৎ আহাৰক শৰীৰৰ প্ৰাণ বুলিব পাৰি। কেৱল আহাৰক যথোচিত গুৰুত্ব দিয়েই আমি অধিকাংশ ৰোগ প্ৰতিৰোধ তথা নিৰাময়ো সম্ভৱ। আনহাতে আহাৰৰ অকণমান খেলি মেলিয়ে শৰীৰত বিষতুল্য ৰস সৃষ্টি হৈ অভাৱনীয় অথন্তৰ ঘটাবলৈ সক্ষম। প্ৰথম কথা আমি বুজা দৰকাৰ যে […]

আহাৰৰ বিষয়ে কিছু লাগতিয়াল কথা — জীৱন জিজ্ঞাসা
Posted on Leave a comment

Embrace Ayurveda in 10 steps — জীৱন জিজ্ঞাসা

Ayurveda is not merely a medical system or therapy; rather a ‘way of life’. The term ‘Ayurveda’ itself denotes the knowledge and wisdom related to living a fruitful and healthy life. Ayurveda is as old as history of mankind. It has over 5000 years of documentation where the ancient sagas vividly narrated the knowledge in […]

Embrace Ayurveda in 10 steps — জীৱন জিজ্ঞাসা
Posted on Leave a comment

টোপনিৰ বিষয়ে ৪ বিধ গুৰুত্বপূৰ্ণ কথা — জীৱন জিজ্ঞাসা

এটি সুন্দৰ টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু নতুনকৈ কব লগীয়া নাই। অনিদ্ৰা বা নিদ্ৰাজনিত সমস্যাই আমাৰ বহুতোকে অৰ্থৱহ এক সুস্বাস্থ্যবান জীৱন নিৰ্বাহত বাধা প্ৰদান কৰি আহিছে। নিদ্ৰাৰ যথাযথ স্বাস্থ্যবিধি আৰু অভ্যাস গঢ় দিয়াৰ পিছতো যেতিয়া এক সুখপ্ৰদ নিদ্ৰাৰ বাবে সংগ্ৰাম কৰিব লগীয়া হয় তেতিয়াই বুজা যায় সমস্যাৰ গুৰি আন কৰবাত। আজি মাথো সুনিদ্ৰাৰ সৈতে জড়িত চাৰিবিধ […]

টোপনিৰ বিষয়ে ৪ বিধ গুৰুত্বপূৰ্ণ কথা — জীৱন জিজ্ঞাসা
Posted on Leave a comment

ফিটনেছ কি দৰে গঢ় দিব — জীৱন জিজ্ঞাসা

ফিটনেছ বুলিলে শাৰীৰিক সক্ষমতাৰ লগতে মানসিক আৰু আৱেগিক সক্ষমতাকো বুজা যায়। ই স্বাস্থ্যৰ প্ৰতিটো দিশ সামৰে য’ত ব্যক্তি এক সুস্থিৰ আৰু প্ৰাণৱন্ত জীৱন নিৰ্বাহ কৰে, উৎসাহ আৰু যোগাত্মক দৃষ্টিভংগীৰে জীৱনৰ খলা-বমাবোৰৰ সন্মুখীন হোৱাৰ সাহস গোটাব পাৰে। এক কথাত ফিটনেছ হৈছে স্বাস্থ্যকৰ জীৱন নিৰ্বাহ শৈলী। বৰ্তমান ফিটনেছক লৈ গোটেই বিশ্বতে এক সচেতনতাৰ বতাহ বলিছে। […]

ফিটনেছ কি দৰে গঢ় দিব — জীৱন জিজ্ঞাসা
Posted on Leave a comment

ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব — জীৱন জিজ্ঞাসা

ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব (এই অধ্যায়টো আগৰ অধ্যায় ” ফিটনেছ কি দৰে গঢ় দিব” ৰ পৰবৰ্তী লিখনি। আগ্ৰহী পাঠকসকলে আগৰ অধ্যায়টো চাব পাৰে।) নিজকে ফিট অনুভৱ কৰাৰ দৰে আত্মবিশ্বাস দিব পৰা অনুভৱ দ্বিতীয়টো নাই বুলিব পাৰি। নিয়মিত ব্যায়াম কৰাৰ বাদে ফিটনেছ গঢ়াৰ কোনো চমু পথ নাই, এই কথাটো আমি প্ৰত্যেকে […]

ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব — জীৱন জিজ্ঞাসা