Posted on Leave a comment

Some hit songs Late Rishi Kapoor played the role

Advertisements
Posted on Leave a comment

এটি গতিশীল জীৱনৰ বাবে স্নায়ুতন্ত্ৰক সবল কৰি ৰাখক — জীৱন জিজ্ঞাসা

স্বাস্থ্য সম্পৰ্কীয় কথাবতৰা সমূহৰ মাজত আজিকালি প্ৰায়ে শুনা পোৱা যায়- মোৰ অলপ নাৰ্ভৰ সমস্যা হৈছে! হাত ভৰিবোৰ জিন্-জিনায় ,কঁপনি উঠে,হাত-ভৰিৰ জোৰ কম,মূৰ ঘূৰাই থাকে ইত্যাদি। দৰাচলতে এই নাৰ্ভৰ সমস্যাবোৰনো কি! কি দৰে এইবোৰৰ উৎপত্তি হয়। ইয়াৰ কিবা সমাধান আমাৰ মাজত আছেনে! এই অসুবিধাবোৰৰ পৰা কিদৰে আতৰত থাকিব পাৰি! এই সাধাৰণ প্ৰশ্নবোৰে আমাক প্ৰায়ে ভাৰাক্ৰান্ত কৰি […]

এটি গতিশীল জীৱনৰ বাবে স্নায়ুতন্ত্ৰক সবল কৰি ৰাখক — জীৱন জিজ্ঞাসা
Posted on Leave a comment

What is a mudra in yoga? — Roxy Aila Yoga

Have you ever wondered – what is with all the hand positions in yoga class? If so, this blog post is for you! They are amazing! Each pose in yoga has a physical impact and benefit in addition to an emotional, spiritual and mental response. Every action has a response. This will vary according to […]

What is a mudra in yoga? — Roxy Aila Yoga
Posted on Leave a comment

Learning to Breathe…Mindfully (Pranayama) — 2BAHappyHuman

There are both short- and long-term benefits for improving your lung health and for practicing breathing.

Learning to Breathe…Mindfully (Pranayama) — 2BAHappyHuman
Posted on Leave a comment

যোগাসনৰ কৌশল বিধিঃ ভূজঙ্গাসনৰ উপকাৰিতা আৰু গুৰুত্ব । বিজয় চেতিয়া, ২৫-০৪-২০২০

Bhujangasan, importance of Bhujangasan, pose of Bhujangasan
Bhujangasan, importance of Bhujangasan, pose of Bhujangasan

              ভূজঙ্গাসনৰ বৈশিষ্ট্য হল ই দেখাত ফেটী সাপে ফেট তুলি থকা মুহূৰ্ত এটাৰ দৰে। প্ৰথমতে এডোখৰ সমান ঠাইত তললৈ পেট পেলাই ভৰি দুখন লগলগাই পোন কৰি আৰামেৰে ৰওক। এই আসন আমাৰ কঁকাল আৰু ৰাজহাঁড়েদি যোৱা স্নায়ুডালৰ বাবে অতি উপকাৰী। স্বাভাৱিক উশাহ-নিশাহ বৰ্তাই ৰখাটো এই আসন বা আন আসনৰ বাবে জৰুৰী।দুয়োখন হাতৰ তলুৱা পেলাই বুকুৰ দুয়ো কাষে ৰাখি, হাত দুখনত ভেজা দি প্ৰথমতে মুৰটো দাঙি বুকুখনো ওপৰলৈ তোলক নাভিলৈকে।যিমান পাৰি দেহৰ অগ্ৰাংশ ওপৰলৈ নিয়ক। ইয়াতে এটা কথা দেহটো কিমান লেও-সেও, সেই অনুযায়ীহে আপোনাৰ আগছোৱা দাঙ খাব। কঁকালৰ পৰা দেহৰ তলৰছোৱা আগৰ দৰে পোন কৰি ৰাখক। আপুনি যদি প্ৰথমবাৰ এই আসন কৰিছে তেন্তে ৫ চেকেণ্ডৰ বাবেহে এই আসনত থাকিব। মাজতে ৩০ চেকেণ্ডমান বিৰতি দি আসনটো পুনৰাবৃত্তি কৰক। দুই-তিনিদিনৰ পাছৰ পৰা ভূজঙ্গাসন কছৰতৰ সময় ১০ চেকেণ্ড, ২০ চেকেণ্ড, ৩০ চেকেণ্ডলৈ বঢ়াই নিব পাৰিব।

              উপকাৰিতাঃ ভূজঙ্গাসনত থকাৰ সময়ত দেহটোৰ সকলো পেশীত জোৰ পৰে আৰু সম্প্ৰসাৰণ ঘটে। পেশীবোৰত স্থিতিস্থাপকতা স্বাভাৱিক হয়, ৰাজহাড়ঁ ডালে আৰাম পায়।ৰাজহাড়ঁত হব লগা ব্যাধি দূৰ হয়। ৰাজহাড়ঁত থকা স্নায়ুডাল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আজিকালিৰ ব্যস্ততাৰ দিনত আমাৰ দেহটো ভুল ভংগীমাত বহা, থিয় হোৱা, খোজ কঢ়া, শাৰিৰীক পৰিশ্ৰম বা শুৱাৰ বাবে কঁকাল, ৰাজহাড়ঁ আৰু মেৰুদণ্ড ডালৰ বিষ বা বিকাৰ সংকটজনক অৱস্থা পায়গৈ। সেইবাবে আমাৰ কঁকালৰ সকলো সমস্যাৰ সফল সমাধানৰ বাবে ভূজঙ্গাসন নিয়মিত আৰু একান্তচিত্ৰে অভ্যাস কৰাৰ সমান আন একো নাই। ভূজঙ্গাসনে পেটৰ সমস্ত পেশী টানি স্বাভাৱিক স্থানলৈ লৈ আনে। পেটৰ পেশী ওলমি যোৱা বা পেটত চৰ্বি জমা হোৱাত বাধা প্ৰধান কৰে। মূত্ৰস্থলীৰ পেশী বা মহিলাৰ জৰায়ু সুস্থ-সবল হয়। পুৰুষৰ নৈশ স্খলন বা মহিলাৰ বগাস্ব্ৰাৱ ব্যাধি সমস্যাত ভূজঙ্গাসনে মহৌষধৰ দৰে কাম কৰে। মহিলাৰ অনিয়মিত ঋতুস্ব্ৰাৱ নিয়মিত কৰে।ভূজঙ্গাসনে বুকুৰ আভ্যন্তৰীণ বিসংগতি গঠন দূৰ কৰি হাওঁফাওঁৰ সক্ৰিয়তা সবল কৰে। কৌষ্ঠকাঠিন্য সমস্যা দূৰ হয়। নিষ্ঠা আৰু নিয়মিতভাৱে ভূজঙ্গাসনৰ অভ্যাসে অসহনীয় পেটৰ গেচৰ সমস্যা নাইকীয়া কৰে।ভূজঙ্গাসনৰ চাপৰ ফলত এড্ৰীনেল গ্ৰন্থী অধিক সক্ৰিয়হৈ দেহৰ সমস্ত অংগতে ৰক্তৰ চলাচল সূচাৰুৰূপে আৰু নিয়ন্ত্ৰিত হয়। যকৃৎ আৰু আন অংগইও এই আসনৰ চাপত সুস্থ আৰু স্বাভাৱিকভাৱে কাৰ্য কৰে। প্ৰকৃততে ভূজঙ্গাসনৰ উপকাৰিতা আৰু গুৰুত্ব চমুকৈ কৈ শেষ কৰিব নোৱাৰি। সুস্থ-সবল দেহৰ অধিকাৰী হবলৈ প্ৰতিজন সচেতন ব্যক্তিয়ে নিষ্ঠা আৰু নিয়মিতভাৱে ভূজঙ্গাসনৰ অভ্যাস গঢ়ি তুলিব লাগিব।

Posted on Leave a comment

Beneficial yoga asanas for treating hypertension — UPHINDIA

Hypertension – also known as high blood pressure. Blood vessels act as carriers of blood from the heart to other parts of the body. High blood pressure caused due to the force of blood pushing against the walls of vessels. High blood pressure can lead to heart attacks, strokes and death. High blood pressure is […]

Beneficial yoga asanas for treating hypertension — UPHINDIA
Posted on Leave a comment

আপুনি যদি প্ৰায়ে ভাগৰ অনুভৱ কৰে! — জীৱন জিজ্ঞাসা

আপুনি যদি প্ৰায়ে দুৰ্বল অনুভৱ কৰে আৰু এনে কিয় হৈ আছে ধৰিব নোৱাৰে তেন্তে ভয় নাখাব, আপুনি অকলশৰীয়া নহয়। শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে চিকিৎসকৰ ওচৰত স্বাস্থ্য পৰামৰ্শৰ বাবে যোৱা প্ৰায় ৩০% লোকৰ মূখ্য কাৰণ হ’ল দুৰ্বল অনুভৱ বা ভাগৰ ভাগৰ লগা। সুখৰ কথা এই যে বেছি ভাগ লোক কোনো জটিল ৰোগত ভোগা নাই। […]

আপুনি যদি প্ৰায়ে ভাগৰ অনুভৱ কৰে! — জীৱন জিজ্ঞাসা
Posted on Leave a comment

Yoga Tips – The Benefits of Yoga — How to do yoga

Yoga, as you may know, is practiced by millions of people throughout the world for several good reasons. It has been around for thousands of years now and it is continually gaining popularity for a number of benefits that it is capable of giving. 392 more words

Yoga Tips – The Benefits of Yoga — How to do yoga